Sunday 11 October 2015

[৫]-ৰিপ্লায়:- [৫]-“কামাণ্ড এণ্ড ৰিপ্লায়”



[৫]-ৰিপ্লায়:-

[৫]-“কামাণ্ড এণ্ড ৰিপ্লায়” 
–ৰিপ্লায় অফ চৈয়দ চ’গুড ইছলাম-০৫/১০/২০১৫

**আজিৰ কামাণ্ড:- চুফীসকলে নবী(দঃ)ক “নূৰ”ৰ দ্বাৰা তৈয়াৰি বুলি ভাবে।।

আপোনি কি বুলি ভাবে-(A) নে (B)?

(A) “নূৰ”ৰ দ্বাৰা তৈয়াৰি  , (B) “মাটি”ৰ দ্বাৰা তৈয়াৰি ।

--------------------------------------------------


--তৌহীদৰ জ্ঞান তেতিয়া লৈকে নেপাব যেতিয়া লৈকে শির্ক আৰু বে’দাত কাক কয় জানিব নোৱাৰে।

-----------------------------------------

--সুফীসকলে নবী সাল্লাল্লাহু আলাইহি ওয়া সাল্লামক নূৰেৰে তৈয়াৰী বুলি ভাবে। তেওঁলোকে আৰু বিশ্বাস কৰেযে, তেওঁ(দঃ) হৈছে সৃষ্টি জগতৰ কুব্বা তথা গম্বুজ। তেওঁ(দঃ)  আৰছত বিদ্যমান। সাত আছমান, সাত জমীন আৰছ-কুৰসী, লাওহে মাহফুজ, কলম আৰু সমগ্র সৃষ্টিজগত মুহাম্মাদ সাল্লাল্লাহু আলাইহি ওয়া সাল্লামৰ নূৰৰ পৰা সৃষ্টি কৰা  হৈছে। সুফীসকলৰ কিছুলোকৰ বিশ্বাস যে, তেওঁ(দঃ) হৈছে সর্বপ্রথম সৃষ্টি।

--এই বিলাক  প্রখ্যাত সুফী সাধক ইবনে আৰাবীৰ আকীদা। যি বিলাক বর্তমান বহু চু্ন্নীকে ধৰি  প্রায় হানাফীসকলৰ মতবাদ।  তেওঁলোকে ৰছুলৰ(দঃ) ওচৰত শাফাআত প্রার্থনা কৰে, আল্লাহৰ  ওচৰত তেওঁৰ(দঃ) উচীলা দ্বাৰা দোৱা কৰে আৰু বিপদত পৰিলে ৰছুলৰ(দঃ) ওচৰত আশ্রয় প্রার্থনা কৰি থাকে।

--এই সকলোবোৰ শির্ক কার্য্য। আচলতে সুফীবাদৰ সমর্থকসকলে শির্ক কাক কয় তাৰ  বিষয়ে জ্ঞান মুঠেই নাই। নহলেনো আমাৰ দেশৰ কিছমান মাদ্রাসা  শিক্ষা বর্দৰ  চিলেবাচত শির্ক  মিশ্রিত  কবিতা আদি পাঠ্যৰ অর্ন্তভূক্ত কৰা হয় জানো । লক্ষ লক্ষ শিক্ষার্থীয়ে এইবোৰ পাঠ কৰি  ইসলামী  শিক্ষাৰ  নামত শির্ক ও বিদআতী  শিক্ষাৰে  শিক্ষিত হৈছে। এনে শিক্ষায় তৌহীদৰ সঠিক শিক্ষা ক’ত পাব ?

--সুফীসকলে নবী সাল্লাল্লাহু আলাইহি ওয়া সাল্লামক নূৰেৰে তৈয়াৰী বুলি ভাবে। তেওঁলোকে তলৰ জাল হাদীচটোক দলীল হিচাবে গ্রহণ কৰি থাকে।
أول ما خلق الله تعالى نوري
অর্থাৎ আল্লাহ্ তাআলা সর্বপ্রথম আমার নূৰ সৃষ্টি কৰিছিল।

 বিভিন্ন শব্দত একেই অর্থত সুফীসকলৰ কিতাপত সনদবিহীন ভাবে এই জাল(making) হাদীছটি উল্লেখিত হৈছে।

++++++++++++++++++++++

--কিন্তু কোৰআন ও সহীহ হাদীছেৰ ভাষ্য অনুসৰি জনাযায় যে, আমাৰ নবী সাল্লাল্লাহু আলাইহি ওয়া সাল্লাম নূৰেৰে তৈয়াৰী  নাছিল আৰু তেওঁ(দঃ) সর্বপ্রথম সৃষ্টিও নাছিল।

-- আমাৰ নবী সাল্লাল্লাহু আলাইহি ওয়া সাল্লাম  মাটিৰে তৈয়াৰী মানুহ আছিল। আল্লাহ তা’আলাই কৈছেঃ-
قُلْ إِنَّمَا أَنَا بَشَرٌ مِثْلُكُمْ
হে নবী! আপনি বলুন যে, আমি তোমাদের মতই একজন মানুষ। (সূরা কাহাফঃ ১১০) 

--ইয়াৰ উপৰিও কোৰআনত আৰু বহুত আয়াতৰ দ্বাৰা প্রমাণিত যে, নবী সাল্লাল্লাহু আলাইহি ওয়া সাল্লাম বনী আদমেৰই এজন আছিল।  গতিকে সকলো বনী আদম যেহেতু মাটিৰে তৈয়াৰী,  গতিকে তেওঁও এজন মাটিৰে তৈয়াৰী মানুহ  আছিল।  কেবল ফিৰিস্তাকেই আল্লা তা’লাই নূৰৰ পৰা  সৃষ্টি কৰিছিল।

-- সহীহ বুখারীতে আয়েশা (রাঃ)এর হাদীছে। রাসূল সাল্লাল্লাহু আলাইহি ওয়া সাল্লাম বলেনঃ

خُلِقَتْ الْمَلَائِكَةُ مِنْ نُورٍ وَخُلِقَ الْجَانُّ مِنْ مَارِجٍ مِنْ نَارٍ وَخُلِقَ آدَمُ مِمَّا وُصِفَ لَكُمْ

ফেরেশতাদেরকে সৃষ্টি করা হয়েছে নূর থেকে। জিনদেরকে সৃষ্টি করা হয়েছে ধোঁয়া বিহীন অগ্নি থেকে। আর আদমকে সৃষ্টি করা হয়েছে ঐ বস্তু থেকে যার বিবরণ তোমাদের কাছে পেশ করা হয়েছে। (সহীহ মুসলিম)

সুতরাং তিনি মাটির তৈরী হওয়া সত্ত্বেও আল্লাহ্‌ তাকে নবুওয়ত ও রেসালাতের মাধ্যমে সম্মানিত করেছেন।

--LOG-ON the url[video]:- https://youtu.be/kxkK8nc0Enw

--Ans:- (B) “মাটি”ৰ দ্বাৰা তৈয়াৰি ।[sogoodislamsyeds-11.10.2015]