Tuesday 21 April 2015

(4-B)"জাগো মুমিন জাগো "

Click for (4-A)-http://sogoodislamassamese.blogspot.in/2015/04/4.html
(4-B)"জাগো মুমিন জাগো "
"জাগো মুমিন জাগো "-(4-B)-by:- sogoodislam@gmail.com

++++++++++++++++++++++++++++++++++++++++++++
(বিঃদ্রঃ-Prince Hussain চাহাবৰ অনুমতি সাপেক্ষে আমি উক্ত শিৰোনামাত 4-নং খণ্ডটিত লিখিছো। আজি 4-B খণ্ডটি প্রকাশ কৰা হৈছে।)
++++++++++++++++++++++++++++++++++++++++++++ 
আমি আগৰ সংখ্যাত(4-A) হঃআবু হানিফা(ৰঃ)ৰ ইন্তেকালৰ প্রায় এশ বছৰৰ পিছতহে উল্লেখিত ছখন বিশুদ্ধ হাদিচ   লিপিবদ্ধ হৈছিল বুলি উল্লেখ কৰিছিলো।
এক বিশেষ সূ্ত্রৰ পৰা জনা যায়যে চাৰি মযহৰ সৃষ্টি হৈছিল ৪০০(চাৰিশ) হিজৰিৰ পিছত(ref:- http://sgis-misc.blogspot.in/2015/04/blog-post_20.html )
+++++++++


আমি হঃআবু হানিফা(ৰঃ)ক বাছি লোৱাৰ প্রধান কাৰণটো হ’ল যে হঃআবু হানিফা(ৰঃ)ই গঠন কৰা বুলি ভবা পৃথিবীৰ সর্ববৃহত দলটোৱেই হৈছে হানাফি মযহব। শুনি আচৰিত হ’বযে হঃআবু হানিফাই(ৰঃ) নালাগে বাকী তিনিও জন ইমামৰ(ৰঃ) এজনেওঁ গম নেপাইছিলযে তেওঁলোকৰ নামত যে দল বা মযহব গঠন কৰা হৈছে। কাৰণ চাৰি মযহব গঠন হোৱাৰ বহু আগতেই তেখেত সকলৰ ইন্তেকাল হৈছিল।
    “Sihah Sittaor ‘the authentic six”ৰ শেষৰজন ইমামৰ ইন্তেকাল হৈছিল ৩০৩ হিজৰিত অর্থাৎ চাৰি মযহব সৃষ্টিৰ প্রায় ১০০ বছৰৰ আগতেই বিশুদ্ধ হদিচ আহি গৈছিল। ইয়াৰ উপৰিওঁ কোৰআন মজিদটো আছিলেই। এই তথ্যখিনিৰ ভিত্তিত চাৰি মযহবৰ সৃষ্টিই হ’ব নেলাগিলিছিল।  কিন্তু হ’ল! কিয় হ’ল?,কেনেকৈ হ’ল?, কোনে কৰিলে বিশাল হানাফি মযহব? ইয়াৰ উত্তৰ মযহবৰ  পণ্ডিত সকলেই দিব পাৰিব।ইয়াতে Click/touch কৰকঃ- http://wp.me/p51X9a-M
আল্লাহ তা’লাই মযহবত ভাগ ভাগ হ’বলৈ কৈছিল নেকি? ৰছুলে(দঃ) এই বিষয়ে একো কোৱা নাইনে? পাৰিব।ইয়াতে Click/touch কৰকঃ-http://wp.me/p51X9a-S

-আগলৈ—to be contd.4-C..in sha Allah

No comments:

Post a Comment