Thursday 23 April 2015

(5)-হজৰত মহম্মদ(দঃ)ৰ পূর্ণাঙ্গ জীৱনধাৰাৰ চমু লেখ”

খণ্ড-3

“হজৰত মহম্মদ(দঃ)ৰ পূর্ণাঙ্গ জীৱনধাৰাৰ চমু লেখ”

By:- sogoodislam@gmail.com

---------------------------------------------------------------------------------------

—–(sogoodislam@gmail.com’s note:- পৃথিবীত যিমানবোৰ বিখ্যাত মানুহৰ জন্ম হৈছে তেওঁলোকৰ জীৱনীৰ দৰে হজৰত মহম্মদ(দঃ)ৰ জীৱনী নহয়। এই কথা জানিও আমি তেখেতৰ(দঃ) জীৱনী চমুকৈ হ’লেও প্রায় চাৰিহাজাৰ বছৰ আগৰ পৰা অর্থাৎ হজৰত ইব্রাহীম(আঃ)ৰ পৰা আৰম্ভ কৰিছো।ইয়াতে আঘাট কৰক-(http://wp.me/p3MMVo-19 )। ইয়াৰ কাৰণ হিচাপে হজৰত ইব্রাহীম(আঃ)ৰ দোৱা আৰু হজৰত ইছা(আঃ)ৰ ভবিষ্যৎ সু-সংবাদৰ বিকাশৰ এটা হদীচৰ ফালে আঙুলিয়াব পাৰি। ইয়াৰ উপৰিও পৱিত্র কোৰাণ শ্বৰীফৰ 2:129[http://quran.com/2/129] আৰু 61:6 [http://quran.com/61/6]আয়াতত এই দোৱা আৰু ভবিষ্যৎ সু-সংবাদৰ উল্লেখ আছে। কিন্তু আমি কেই হাজাৰ বছৰমান পিছুৱাই গ’লেই নহ’ব আৰু পিছুৱাই যাব লাগিব। কাৰণ বিশ লক্ষ বছৰৰ আগেয়েই আল্লাহ তা’লাই হজৰত মহম্মদ(দঃ)ক জন্ম দি ঢাপে ঢাপে বিশ্বব্রাহ্মাণ্ডৰ বিকাশ ঘটাই আজিৰ পৰা প্রায় পোন্ধৰশ বছৰৰ আগতে তেখেতৰ(দঃ) আর্বিভাব ঘটাইছিল। এই সকলোবোৰ কথা আমি পৰ্যায়ক্ৰমে আলোচনা কৰিম যদিহে ইয়াৰ উপযুক্ত দলীল পোৱা যায় ইনশা আল্লাহ।)

————————————————————————————————-


——- কিছুদিনৰ পিছতেই খেজুৰ আৰু পানী শেষহৈ গ’ল। পুত্র হজৰত ইছমাইল (আঃ)কলৈ পৰম সঙ্কতত পৰিল বিবি “হাজেৰা”। কিন্তু এই ভয়াবহ সংকতক মহান আল্লহ তা’লাই অলৌকিক ভাৱে সকলো বিপদ দূৰ কৰি দিলে। সৃষ্টি হ’ল জম্জম্ পানীৰ ধাৰা।(ইয়াতে আঘাট কৰক http://wp.me/p20yGy-69)।একেধৰণৰেই সংগৃহীত হ’ল প্রয়োজনীয়খাদ্য ও পণ্য সামগ্রী।[History zamzam-http://wp.me/p53xn9-1R]



সেই সময়ত মক্কা শ্বৰীফৰ আশেপাশে ইয়েমেনৰ পৰা কিছুমান মানুহ আহি ঘূৰাপকা কৰি আছিল, উদ্দেশ্য মক্কাত বসবাস কৰা। এওঁলোকক “জুৰহুম সানী” বা “দ্বিতীয় জুৰহুম” বুলা হৈছিল। এওঁলোকে বিবি “হাজেৰা”ৰ অনুমতিলৈ মক্কাভূমিত থাকিবলৈ লয়(সহীহ্ বুখাৰী,১ম খণ্ড পৃঃ৪৭৫)।

স্ত্রী-পুত্রৰ সাক্ষাতৰ বাবে হজৰত ইব্রাহীম(আঃ) মাজে মাজে মক্কালৈ আহিছিল। ইতিহাসবিদৰ মতে তেওঁ(আঃ) চাৰিবাৰ আহিছিল।

১। প্রথমবাৰ মক্কালৈ আহিছিল পুত্র হজৰত ইছমাইলক(আঃ) আল্লাহৰ নামত কোৰবানি কৰিবলৈ(এই কাহিনীৰ বাবে ইয়াত ক্লিক কৰক-http://wp.me/p2Q3EH-1R )(স’গুদইছলাম.ক’মৰ টোকাঃ-আধুনিক যুগৰ কিছু মুছলমানে প্রশ্ন কৰিব পাৰে “হজৰত ইব্রাহীমে(আঃ) কৰা এটা কাম কিয় আজিও কৰিব লাগে আৰু animal rights protectionত  ই  বিতর্কৰ মাজত সোমাই নপৰিব জানো।”—প্রথম কথা হ’ল ইছলাম এটা practical ধর্ম, নামাজেই ইয়াৰ জলন্ত প্রমাণ। হাতে কামে কৰাটোৱেই ইছলাম। নামাজৰ দৰে কোৰবানিওঁ আল্লাহ তা’লাৰ হুকুম(Allah ordered the Ummat of the 

Prophet Muhammad (pbuh) to sacrifice an animal “The Sunnah of your father Ibrahim (pbuh)” (Ibn Majah, Mishkaat vol. 1 p. 129). ইয়াৰ উপৰিও দুখীয়াসকলে এসাজ ভালকৈ খাবলৈ পায়।)(can be read also,click pl.-http://wp.me/2Q3EH)।আৰু animal rights protectionৰ বাবে ইয়াত ক্লিক কৰকhttp://wp.me/p2Q3EH-36


->আগলৈ(Next Fri day)-in sha Allah-sgis

No comments:

Post a Comment